Assam History Online Mock Test – Important MCQ For Assam Comparative Exam

Assam History Online Mock Test: আপোনাৰ জ্ঞান পৰীক্ষা কৰো আহক। 32000 পদৰ বাবে আমি দৈনিক কুইজ এই Website ত আগবঢ়াম! এই ৱেবছাইটত আপুনি দৈনিক পুৱা গধূিল আহি কুইজ খেলিবলৈ পাব

অসমৰ চাকৰিৰ বাবে অনলাইন মোকষ্টোজ । অসমৰ যিকোনো পৰীক্ষাত আহিবলগীয়া প্ৰশ্নৰ মোকষ্টোজ । For Exam Assam Police, Assam Direct Recruitment, 32689 Vacancy Assam Gk Pdf, Assam Public Service Commissioner (APSC), Assam power distribution corporation Limited (APDCL), PNRD, Junior Assistant, Administrator, etc Vacancy, Health Department Assam & Other Comparative Exam.

Assam History Online Mock Test

1➤ কম্পিউটাৰ সাক্ষৰতা দিৱস কোন তাৰিখে পালন কৰা হয়?

ⓐ ৪ ফেব্ৰুৱাৰী
ⓑ ২৫ ডিচেম্বৰ
ⓒ ১২ অক্টোবৰ
ⓓ ২ ডিচেম্বৰ

2➤ চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰামৰ্শদাতা কোন আছিল?

ⓐ চাণক্য
ⓑ ডিচেম্বৰ
ⓒ পতঞ্জলি
ⓓ মেগাস্থেনিছ

3➤ ড: সৰ্বেপল্লী ৰাধাকৃষ্ণনে কোনখন দেশত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল?

ⓐ জাপান
ⓑ ছোভিয়েট ইউনিয়ন
ⓒ আমেৰিকা
ⓓ অষ্ট্ৰেলিয়া

4➤ দাদা চাহেব ফাল্কে বঁটা কোন ক্ষেত্ৰত প্ৰদান কৰা হয়?

ⓐ সংগীত
ⓑ সমাজ কল্যাণ
ⓒ শিক্ষা
ⓓ চলচ্চিত্ৰ

5➤ ভাস্কো দা গামা কেতিয়া ভাৰতলৈ আহিছিল?

ⓐ 1398 AD
ⓑ 1498 AD
ⓒ 1526 AD
ⓓ 1600 AD

6➤ When did Delhi became the capital of India? দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হৈছিল?

ⓐ 1911
ⓑ 1926
ⓒ 1935
ⓓ 1947

7➤ Which metal first used by man? মানুহে প্ৰথমে কোনটো ধাতু ব্যৱহাৰ কৰিছিল?

ⓐ লো
ⓑ ৰূপ
ⓒ তাম
ⓓ সোণ

8➤ অসমৰ বৰষূণ গৱেষণা প্ৰতিষ্ঠানটো ক’ত অৱস্থিত?

ⓐ ৰহা
ⓑ ডিফু
ⓒ যোৰহাট
ⓓ শিৱসাগৰ

9➤ ভাৰতত বগা মৰুভূমি কত অৱস্থিত?

ⓐ গুজৰাট
ⓑ ৰাজস্থান
ⓒ মধ্য প্ৰদেশ
ⓓ উত্তৰপ্ৰদেশ

10➤ কোনখন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয়?

ⓐ নগাওঁ
ⓑ মাজুলী
ⓒ বৰপেটা
ⓓ যোৰহাট

11➤ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰথম বাৰৰ বাবে ( ১৯৪৮ চনত ) কত প্ৰতিষ্ঠা কৰা হৈছিল?

ⓐ নাজিৰা
ⓑ গৌৰীপুৰ
ⓒ শালনীবাৰী
ⓓ নাহৰকটীয়া

12➤ SAARC ৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?

ⓐ ডুবাই
ⓑ দিল্লী
ⓒ কাঠমাণ্ডু
ⓓ কুৱালা লুম্পুৰ

13➤ নাগৰিকত্ব আইন কোন চনত গৃহীত হৈছিল?

ⓐ ১৯৩৫
ⓑ ১৯৫০
ⓒ ১৯৫৫
ⓓ ১৯৫৭

14➤ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল?

ⓐ এছ আৰ দাস
ⓑ এন ভি ৰমন্না
ⓒ চান্দ মহাজন
ⓓ হীৰালাল জে কানিয়া

15➤ ‘ সত্যমেৱ জয়তে ‘ বাক্যশাৰী ক’ৰ পৰা লোৱা হৈছে?

ⓐ ৰামায়ন
ⓑ ৰিগ বেদ
ⓒ মহাভাৰত
ⓓ মুণ্ডক উপনিষদ

16➤ ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক?

ⓐ অসম
ⓑ কেৰালা
ⓒ মেঘালয়
ⓓ মধ্যপ্ৰদেশ

17➤ অসম ‘ ক্ৰীড়া দিৱস ‘ কোন তাৰিখে পালন কৰা হয়?

ⓐ ১২ জুন
ⓑ ১ ডিচেম্বৰ
ⓒ ৩ চেপ্টেম্বৰ
ⓓ ১৭ অক্টোবৰ

18➤ কোনজন আহোম ৰজাক ইংৰাজে বন্দী কৰিছিল?

ⓐ গদাধৰ সিংহ
ⓑ পুৰন্দৰ সিংহ
ⓒ চক্ৰধ্বজ সিংহ
ⓓ উদয়াদিত্য সিংহ

19➤ ফুলগুৰি কৃষক বিদ্ৰোহত মুঠ কিমানজন কৃষকৰ মৃত্যু হৈছিল?

ⓐ ৪৬ জন
ⓑ ৫৪ জন
ⓒ ৬৫ জন
ⓓ ১০২ জন

20➤ যোৰহাট জিলাত অৱস্থিত বিমান বন্দৰটোৰ নাম কি?

ⓐ ৰৰৈয়া বিমানবন্দৰ
ⓑ শালনি বিমান বন্দৰ
ⓒ লীলাবাৰী বিমানবন্দৰ
ⓓ মোহনবাৰী বিমানবন্দৰ

Read More Also

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.