Assam 32000 Vacancy Online Mock Test

Assam 32000 Vacancy Online Mock Test: আপোনাৰ জ্ঞান পৰীক্ষা কৰো আহক। 32000 পদৰ বাবে আমি দৈনিক কুইজ এই Website ত আগবঢ়াম! এই ৱেবছাইটত আপুনি দৈনিক পুৱা গধূিল আহি কুইজ খেলিবলৈ পাব

অসমৰ চাকৰিৰ বাবে অনলাইন মোকষ্টোজ । অসমৰ যিকোনো পৰীক্ষাত আহিবলগীয়া প্ৰশ্নৰ মোকষ্টোজ । For Exam Assam Police, Assam Direct Recruitment, 32000 Vacancy Assam Gk Pdf, Assam Public Service Commissioner (APSC), Assam power distribution corporation Limited (APDCL), PNRD, Junior Assistant, Administrator, etc Vacancy & Department,

1➤ In which year, Malladev acquired the title Narayan(Nara Narayan) মল্লাদেৱে কোন চনত নাৰায়ন উপাধি প্ৰাপ্ত কৰিছিল?

2➤ How many kings do you have during the Ahom Period? আহোম কালত মুঠ কিমানজন ৰজা হৈছিল?

3➤ Who is the writer of the novel ‘Halodhiya Soraye Baudhan Khai’ হালধীয়া চৰায়ে বাওধান খায় উপন্যাসৰ লেখক কোন?

4➤ Who among the following was the first President of the Assam Sahitya Sabha? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?

5➤ Who among the following was the founder editor of the Assamese magazine ‘Prantik’ প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল

6➤ Kidney disease in man is caused by the pollutant মানৱ দেহৰ বৃক্কৰ বেমাৰ প্ৰদূহনৰ কাৰণে হয়

7➤ Who among the following appoints India’s Chief Election Commission ভাৰতৰ মুখ্য নিৰ্বাচন আয়োগক কোনে নিযুক্তি দিয়ে?

8➤ Delhi became the capital of India in দিল্লী ভাৰতৰ ৰাজধানী হয় ?

9➤ The revolt of 1857 had its beginning in ১৮৫৭ চনৰ বিদ্ৰোহৰ আৰম্ভণি হৈছিল

10➤ Who was the governor-general during the Revolt of 1857? ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল

11➤ In which years did Gandhiji started the Satyagraha Movement? গান্ধীয়ে সত্যাগ্ৰহ আন্দোলন কোন চনৰ পৰা আৰম্ভ কৰিছিল

12➤ Who led the Salt Satyagraha movement along with Gandh? গান্ধীৰ লগত নিমখ সত্যাগ্ৰহ কোনে নেতৃত্ব কৰিছিল

13➤ The first Viceroy of India was ভাৰতৰ প্ৰথম ভাইচৰয় আছিল

14➤ The earliest king of Assam was অসমৰ সকলোতকৈ পুৰণি ৰজা হৈছে

15➤ Rang Ghar was constructed during the period of ৰং ঘৰ কোনজন আহোম ৰজাৰ দিনত বনোৱা হৈছিল?

Your score is

32000 Vacancy Mock Test in Assamese & English language ত ভূগোল কুইজ, সাহিত্য কুইজ, বিজ্ঞান কুইজ, ৰাজনীতি কুইজ চলচ্চিত্ৰ কুইজ, খেলৰ কুইজ, বুৰঞ্জী আজিৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্ন আৰু উত্তৰ আগবঢ়োৱা হৈছে| আমাৰ এই তথ্যৰাজিৰ পৰা আপোনালোকে সঁচাকৈয়ে যদি উপকৃত হয়, তেনেহ’লে ইয়াক যিমান পাৰে সিমানেই বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰক, যাতে ইয়াৰ দ্বাৰা তেখেতলোকেও কিছু নজনা কথা জানি অলপ হ’লেও উপকৃত হয়। 

6 thoughts on “Assam 32000 Vacancy Online Mock Test”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.