Assam 32689 Vacancy Important MCQ (Part-3) Assam Police, PNRD, Health Department & Other Comparative Exam

Assam 32689 Vacancy Important MCQ (Part-3): আপোনাৰ জ্ঞান পৰীক্ষা কৰো আহক। 32000 পদৰ বাবে আমি দৈনিক কুইজ এই Website ত আগবঢ়াম! এই ৱেবছাইটত আপুনি দৈনিক পুৱা গধূিল আহি কুইজ খেলিবলৈ পাব

অসমৰ চাকৰিৰ বাবে অনলাইন মোকষ্টোজ । অসমৰ যিকোনো পৰীক্ষাত আহিবলগীয়া প্ৰশ্নৰ মোকষ্টোজ । For Exam Assam Police, Assam Direct Recruitment, 32689 Vacancy Assam Gk Pdf, Assam Public Service Commissioner (APSC), Assam power distribution corporation Limited (APDCL), PNRD, Junior Assistant, Administrator, etc Vacancy, Health Department Assam & Other Comparative Exam.

Read More Also

1➤ ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ ৰাজ্যপাল কোন আছিল? Who was the Governor of Assam at the time of India’s independence?

ⓐ বিষ্ণুৰাম মেধি
ⓑ গোপীনাথ বৰদলৈ
ⓒ ছাৰ আকবৰ হাইদৰী
ⓓ তৰুণৰাম ফুকন

2➤ সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা আছে? Under what article of the Constitution does the President have the power to issue ordinances?

ⓐ অনুচ্ছেদ ১২৩
ⓑ অনুচ্ছেদ ২২৩
ⓒ অনুচ্ছেদ ১৫৪
ⓓ অনুচ্ছেদ ৬৫

3➤ বিশ্ব বাণিজ্য সংস্থা ( World Tread Organization )ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত? Where is the headquarters of the World Trade Organization located?

ⓐ জেনেভা
ⓑ পেৰিছ
ⓒ নিউয়ৰ্ক
ⓓ লণ্ডন

4➤ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? Who was the first Indian woman to receive the Jnanpith Award?

ⓐ আশাপূৰ্ণা দেৱী
ⓑ অমৃতা প্ৰীতম
ⓒ সুমিত্ৰানন্দন পন্টবচ্চন
ⓓ মহাশ্বেতা দেৱী

5➤ স্বাধীন ভাৰতত প্ৰথমখন অ – কংগ্ৰেছী চৰকাৰ কোনখন ৰাজ্যত গঠন হৈছিল? Which state formed the first non-Congress government in independent India?

ⓐ মহাৰাষ্ট্ৰ
ⓑ বিহাৰ
ⓒ পাঞ্জাৱ বচ্চন
ⓓ কেৰালা

6➤ মহাকাশত উপনীত হোৱা প্ৰথম ব্যক্তি কোন আছিল? Who was the first person to reach space?

ⓐ ৰাকেশ শৰ্মা বচ্চন
ⓑ বাচেন্দ্ৰী পাল
ⓒ য়ুৰি গাগৰিন
ⓓ নীল আৰ্মষ্ট্ৰঙ

7➤ ভাৰতৰ সৰ্ববৃহৎ নিমখ উৎপাদক ৰাজ্য কোন খন? Which is the largest salt producing state in India?

ⓐ গুজৰাট
ⓑ তামিলনাডু
ⓒ পঞ্জাৱ
ⓓ অন্ধ্ৰপ্ৰদেশ

8➤ ৫১তম দাদা চাহেব ফাল্কে বঁটা কোনে লাভ কৰিছে? Who has received the 51st Dadasaheb Phalke Award?

ⓐ অক্ষয় কুমাৰ
ⓑ অমিতাভ বচ্চন
ⓒ দিলীপ কুমাৰ
ⓓ ৰজনীকান্ত

9➤ ওড়িশাৰ দুখ বুলি কোন খন নদীক কোৱা হয়? Which river is called the sorrow of Odisha?

ⓐ ব্ৰাহ্মণী
ⓑ মহানদী
ⓒ ৰপদ্মা
ⓓ দামোদৰ

10➤ কামাখ্যা মন্দিৰ কোন জন কোচ ৰজাৰ দ্বাৰা পুনৰ নিৰ্মাণ কৰা হৈছিল? Which Koch king rebuilt the Kamakhya Temple?

ⓐ ৰঘূদেৱ
ⓑ বিশ্ব সিংহ
ⓒ নৰনাৰায়ণ
ⓓ চিলাৰায়

11➤ সৌৰজগত কোনে আৱিষ্কাৰ কৰিছিল? Who discovered the solar system?

ⓐ নিউটন
ⓑ মেগেলান
ⓒ গেলিলিওঁ
ⓓ কপাৰ্নিকাছ

12➤ কাছাৰৰ পুৰণি নাম কি আছিল? What was the old name of Kachar?

ⓐ হিড়িম্বা
ⓑ বেংমৰা
ⓒ ডিমাপুৰ
ⓓ নাৰায়ণপুৰ

13➤ মানৱ শৰীৰত প্ৰচুৰ পৰিমাণে পোৱা উপাদান বিধ কি? What is the most abundant nutrient in the human body?

ⓐ কাৰ্বন
ⓑ নাইট্ৰ’জেন
ⓒ অক্সিজেন
ⓓ আইৰণ

14➤ অসমীয়া কেলেণ্ডাৰত কোনটো মাহ ৩২ দিনৰ হয়? Which month has 32 days in the Assamese calendar?

ⓐ বহাগ
ⓑ আহাৰ
ⓒ কাতি
ⓓ ভাদ

15➤ তলত দিয়া কোনখন ঠাইত কাগজকল নাই ? Which of the following places does not have a paper mill?

ⓐ নুমলিগড়
ⓑ পাঁচগ্ৰাম
ⓒ যোগীঘোপা
ⓓ জাগীৰোড

16➤ হিন্দী দিৱস কেতিয়া পালন কৰা হয়? When is Hindi Day celebrated?

ⓐ ৫ জুন
ⓑ ৮ ডিচেম্বৰ
ⓒ ১৪ চেপ্টেম্বৰ
ⓓ ১২ জানুৱাৰী

17➤ কোন খন দেশৰ ৰাষ্ট্ৰীয় খেল Table Tennis? Table Tennis is the national sport of which country?

ⓐ আমেৰিকা
ⓑ চীন
ⓒ ভাৰত
ⓓ ব্ৰাজিল

18➤ ইতিহাসৰ কোন সময়ছোৱাত আহোম ৰাজ্য উৎপত্তি হৈছিল? At what period in history did the Ahom kingdom originate?

ⓐ আধুনিক যুগ
ⓑ পৌৰাণিক
ⓒ মধ্যযুগ
ⓓ এটাও নহয়

19➤ ভাৰতৰ আটাইতকৈ দীঘল উপকূলীয় ৰাজ্য কোন খন ? Which is the longest coastal state in India?

ⓐ গুজৰাট
ⓑ ওড়িশা
ⓒ কেৰালা
ⓓ তামিলনাডু

20➤ ভাৰতৰ স্বাধীনতাৰ সময়ত অসমত মুঠ কিমান খন জিলা আছিল? How many districts were there in Assam at the time of India’s independence?

ⓐ 12
ⓑ 13
ⓒ 14
ⓓ 15

32689 Vacancy Mock Test in Assamese & English language ত ভূগোল কুইজ, সাহিত্য কুইজ, বিজ্ঞান কুইজ, ৰাজনীতি কুইজ চলচ্চিত্ৰ কুইজ, খেলৰ কুইজ, বুৰঞ্জী আজিৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্ন আৰু উত্তৰ আগবঢ়োৱা হৈছে| আমাৰ এই তথ্যৰাজিৰ পৰা আপোনালোকে সঁচাকৈয়ে যদি উপকৃত হয়, তেনেহ’লে ইয়াক যিমান পাৰে সিমানেই বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰক, যাতে ইয়াৰ দ্বাৰা তেখেতলোকেও কিছু নজনা কথা জানি অলপ হ’লেও উপকৃত হয়। 

1 thought on “Assam 32689 Vacancy Important MCQ (Part-3) Assam Police, PNRD, Health Department & Other Comparative Exam”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.