Assam 32000 Vacancy Online Mock Test Part 2

Assam 32000 Vacancy Online Mock Test Part 2: আপোনাৰ জ্ঞান পৰীক্ষা কৰো আহক। 32000 পদৰ বাবে আমি দৈনিক কুইজ এই Website ত আগবঢ়াম! এই ৱেবছাইটত আপুনি দৈনিক পুৱা গধূিল আহি কুইজ খেলিবলৈ পাব

অসমৰ চাকৰিৰ বাবে অনলাইন মোকষ্টোজ । অসমৰ যিকোনো পৰীক্ষাত আহিবলগীয়া প্ৰশ্নৰ মোকষ্টোজ । For Exam Assam Police, Assam Direct Recruitment, 32000 Vacancy Assam Gk Pdf, Assam Public Service Commissioner (APSC), Assam power distribution corporation Limited (APDCL), PNRD, Junior Assistant, Administrator, etc Vacancy & Department,

Assam 32000 Vacancy Online Mock Test

1➤ শেহতীয়াকৈ কোনখন দেশত মুন লেণ্ডাৰ “SLIM” মুকলি কৰা হৈছে?

2➤ নতুন দিল্লী G20 সন্মিলনৰ সময়ত ভাৰতে G20 ৰ ৰাষ্ট্ৰপতি পদ কোনখন দেশক অৰ্পণ কৰিছে?

3➤ G20 সন্মিলনত বিহাৰৰ কোনজন মধুবনী শিল্পীয়ে মধুবনী পেইন্টিং প্ৰদৰ্শন কৰিছিল?

4➤ শেহতীয়া স্বচ্ছ বায়ু জৰীপ-২০২৩ত কোনখন চহৰে আটাইতকৈ পৰিষ্কাৰ বায়ুৰ বাবে শীৰ্ষস্থান দখল কৰিছে?

5➤ শেহতীয়াকৈ কোনখন ৰাজ্যৰ ৰাজ্যপালে ৩৭ সংখ্যক ৰাষ্ট্ৰীয় খেলৰ বাবে মশাল মুকলি কৰিছে?

6➤ শেহতীয়াকৈ কোনটো দলে মহিলা প্ৰিমিয়াৰ লীগ ২০২৩ৰ খিতাপ দখল কৰিছে?

Your score is

32000 Vacancy Mock Test in Assamese & English language ত ভূগোল কুইজ, সাহিত্য কুইজ, বিজ্ঞান কুইজ, ৰাজনীতি কুইজ চলচ্চিত্ৰ কুইজ, খেলৰ কুইজ, বুৰঞ্জী আজিৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্ন আৰু উত্তৰ আগবঢ়োৱা হৈছে| আমাৰ এই তথ্যৰাজিৰ পৰা আপোনালোকে সঁচাকৈয়ে যদি উপকৃত হয়, তেনেহ’লে ইয়াক যিমান পাৰে সিমানেই বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰক, যাতে ইয়াৰ দ্বাৰা তেখেতলোকেও কিছু নজনা কথা জানি অলপ হ’লেও উপকৃত হয়। 

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.